সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাঢ় কৰা
উদাহরণ : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
সমার্থক : ডাঠ কৰা
অর্থ : যিটো গভীৰ ৰং যুক্ত
উদাহরণ : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
অর্থ : বহুত ভাল ধৰণৰ
উদাহরণ : তেওঁ গভীৰ টোপনি মাৰি আছিল
সমার্থক : গভীৰ
অর্থ : বহুত ওচৰৰ বা বহুত কাষৰ
উদাহরণ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
সমার্থক : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
অর্থ : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
উদাহরণ : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
সমার্থক : গোটা
ইনস্টল