সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : স্ত্রীৰ পেটৰ যি ঠাইত গর্ভ ্বা কেচুৱা থাকে
উদাহরণ : গর্ভাশয়জনিত ৰোগৰ কাৰণে সীতা মাক হʼব নোৱাৰিলে
সমার্থক : গর্ভাশয়, ্যোনি
অর্থ : মেৰুদণ্ডী প্রাণীৰ পোৱালি ্গর্ভত ্থকা প্রাৰম্ভিক অৱস্থা
উদাহরণ : ভ্রুণ হত্যা কৰা এক অপৰাধ
সমার্থক : ভ্রুণ
অর্থ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
উদাহরণ :
সমার্থক : উদৰ, জঠৰ, পেট
ইনস্টল