সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কামত অহা
উদাহরণ : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল
সমার্থক : লগা
অর্থ : কোনো কাম সম্পূর্ণ ্ কৰাৰ কাৰণে পাৰিশ্রমিক বা মূল্য হিচাপে দিয়া ধন
উদাহরণ : আজি ভাড়া দিওঁতেই এশ টকা খৰচ হʼল
সমার্থক : খৰচা হোৱা, ব্যয় হোৱা
ইনস্টল