সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
উদাহরণ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
সমার্থক : পেঙুৰা, লেঙেৰা
অর্থ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
উদাহরণ : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
সমার্থক : লেঙেৰা
ইনস্টল