সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
উদাহরণ : শিশুটোৰ চুলি খুৰোৱা হʼল
অর্থ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
উদাহরণ : নাপিতে তেওঁৰ মূৰ খুৰাইছে
সমার্থক : মুণ্ডন কৰা
অর্থ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
উদাহরণ : নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
ইনস্টল