সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : টকা-পইচা আদি দি দোকান বা কোনো ব্যক্তি আদিৰ পৰা সামগ্রী লোৱা
উদাহরণ : মই দোকানৰ পৰা এটা চোলা কিনিলোঁ
সমার্থক : ক্রয় কৰা, খৰিদা, দোকান কৰা, বজাৰ কৰা
অর্থ : যিটো ক্রয় কৰা হৈছে
উদাহরণ : শীলাই কিনা সামগ্রীখিনি বাকছত ৰাখিছে
সমার্থক : ক্রয় কৰা
ইনস্টল