সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
উদাহরণ : কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
সমার্থক : কদম্ব
অর্থ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
উদাহরণ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
সমার্থক : খোজ
অর্থ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
উদাহরণ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ইনস্টল