সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
উদাহরণ : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
সমার্থক : খটখটীয়া, চতফতীয়া, চতবতীয়া
অর্থ : যিজনে বৰ উৎপাত কৰে
উদাহরণ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
সমার্থক : খটাসুৰ, দুষ্ট, বদমাচ
অর্থ : যি উপদ্রৱ কৰে
উদাহরণ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
সমার্থক : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
ইনস্টল