সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
উদাহরণ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
সমার্থক : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
অর্থ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
উদাহরণ : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
সমার্থক : পৰিহাস
অর্থ : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
উদাহরণ : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
সমার্থক : ঠাট্টা, ব্যংগ, ব্যঙ্গ
ইনস্টল