সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উপযুক্ত হোৱা অৱস্থা বা ভাব
উদাহরণ : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত
সমার্থক : ঔচিত্য, সমীচীনতা
অর্থ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
উদাহরণ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
সমার্থক : ক্ষমতা, যোগ্যতা, সামর্থ্য
ইনস্টল