সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভিতৰত একো নথকা বা যি অপূর্ণ
উদাহরণ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
সমার্থক : উদং, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
অর্থ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
উদাহরণ : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
সমার্থক : চাদা
অর্থ : ৰং বিহীন
উদাহরণ : বিধবাসকলে বগা কাপোৰ পিন্ধে
ইনস্টল