সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৰু জলাশয়
উদাহরণ : এইটো গৰম পানীৰ ্উঁহ
সমার্থক : কুণ্ড
অর্থ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
উদাহরণ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
সমার্থক : গুৰি, বুনিয়াদ, ভেটি
অর্থ : যʼত পানী থাকে বা যʼত পানী পোৱা যায়
উদাহরণ : গৰমৰ দিনত বহুতো জল-উৎস শুকাই যায়
সমার্থক : উহ, জল-উঁহ, জল-উৎস, পানীৰ উৎস, পানীৰ পুং, পানীৰ ্উঁহ, পুং, প্রস্রৱণ
ইনস্টল