সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
উদাহরণ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
সমার্থক : আশ্রম, মন্দিৰ
অর্থ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
উদাহরণ : এই ঘৰটোত পাঁচটা কোঠা আছে
সমার্থক : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ইনস্টল