সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো মেৰোৱাই থোৱা আছে
উদাহরণ : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
সমার্থক : পৰিবৃত
অর্থ : লুকাই থকা বা ঢাকি থোৱা
উদাহরণ : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
সমার্থক : আচ্ছাদিত, প্রচ্ছন্ন
অর্থ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
উদাহরণ : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
সমার্থক : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ইনস্টল