সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আফগানৰ অধিবাসী
উদাহরণ : বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
সমার্থক : আফগান
অর্থ : আফগানিস্তানত চলা মুদ্রা
উদাহরণ : পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
অর্থ : আফগানিস্তানত বাস কৰাসকল
উদাহরণ : ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
অর্থ : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
উদাহরণ : আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল
ইনস্টল