সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আন ফালৰ বা সেই ফালৰ
উদাহরণ : শ্যাম সিফালে আছে
সমার্থক : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
অর্থ : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
উদাহরণ : ইয়াত আপুনি একো নাপাব আনফালে যাওক
সমার্থক : অন্যফালে
অর্থ : আনটো ফালে
উদাহরণ : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
সমার্থক : আনহাতে
অর্থ : আনটো ফালৰ দিশ
উদাহরণ : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
সমার্থক : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
ইনস্টল