সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজ কুলৰ লোক
উদাহরণ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
সমার্থক : কুটুম, কুটুম্ব, পৰিজন
অর্থ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
উদাহরণ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
সমার্থক : আত্মীয়-স্বজন, আপোন
অর্থ : একেখন ঘৰৰে মানুহ
উদাহরণ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
সমার্থক : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
অর্থ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
উদাহরণ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
সমার্থক : নিজৰ
অর্থ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
উদাহরণ : মনোহৰজী মোৰ আপোন খুৰা
সমার্থক : আপোন, পৰিজন, স্বজন
ইনস্টল