সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
উদাহরণ : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
সমার্থক : আকাশী ৰং
অর্থ : বতাহ বা হাৱাত হোৱা
উদাহরণ : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
সমার্থক : বতাহী
অর্থ : আকাশৰ ৰঙৰ বা পাতল নীলা
উদাহরণ : শ্যামে আকাশী কামিজ পিন্ধি আছিল
অর্থ : আকাশৰ সৈতে সম্পর্কিত
উদাহরণ : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
সমার্থক : আকাশৰ
ইনস্টল