সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ইচ্ছাৰে পূর্ণ ্বা যাৰ বহুত ইচ্ছা আছে
উদাহরণ : পৌৰাণিক যুগত ইচ্ছুক অসুৰে নিজৰ ইচ্ছাপূৰণৰ কাৰণে ভগৱান শিৱৰ আৰাধনা কৰিছিল
সমার্থক : অভিলাষী, আকাংঙ্খী, ইচ্ছুক
অর্থ : যি কোনো বস্তু আদি পাবলৈ ইচ্ছা কৰে
উদাহরণ : ৰাম এই কিতাপখন লʼবৰ কাৰণে ইচ্ছুক
সমার্থক : অভিলাষী, ইচ্ছুক
ইনস্টল