সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ কোনো আকাৰ নাই
উদাহরণ : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
সমার্থক : অৱয়ববিহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
অর্থ : যাৰ শৰীৰ নাই
উদাহরণ : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
সমার্থক : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
ইনস্টল