সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
সমার্থক : কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
অর্থ : যিটো সহজ নহয়
উদাহরণ : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত
সমার্থক : কঠিন, বিষম
অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
সমার্থক : কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল
ইনস্টল