সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তৃপ্তি নোপোৱা অৱস্থা
উদাহরণ : আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
সমার্থক : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তোষ
অর্থ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
উদাহরণ : আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
সমার্থক : অপ্রসন্নতা, অসন্তোষ
ইনস্টল