সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
উদাহরণ :
সমার্থক : অধম, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
অর্থ : যিটো উচিত বা যুগুত নহয়
উদাহরণ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
সমার্থক : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ইনস্টল