সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহৰ স্বভাৱ, প্রকৃতি বা আচৰণৰ বিপৰীত আচৰণ কৰা বা পশুৰ দৰে কৰা আচৰণ
উদাহরণ : পাশৱিক প্রবৃত্তিবোৰক কেতিয়াও প্রশ্রয় দিয়া উচিত নহয়
সমার্থক : অমানৱীয়, পশুৱৎ, পাশৱিক
অর্থ : অসুৰৰ লগত সম্বন্ধ থকা বা অসুৰৰ
উদাহরণ : আসুৰিক কথা শুনায় তেওঁ ্মোক ভয় খুৱাই দিলে
সমার্থক : আসুৰিক, পৈশাচিক
ইনস্টল