সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ বোধ শক্তি নাই
উদাহরণ : প্রকৃতিত বহুত অবোধ প্রাণী আছে
সমার্থক : অবোধগম্য
অর্থ : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
উদাহরণ : মূর্খই ্অবাবত তর্ক কৰে
সমার্থক : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
অর্থ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
উদাহরণ : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
সমার্থক : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
ইনস্টল