সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
উদাহরণ : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
সমার্থক : অমার্জিত, অসংস্কৃত
অর্থ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
উদাহরণ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
সমার্থক : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
অর্থ : যিটোৰ শোধন কৰা হোৱা নাই
উদাহরণ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
সমার্থক : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা
ইনস্টল