সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পৰাজিত নহয় বা যাক হৰুৱাব নোৱাৰি
উদাহরণ : এই খেলত দুয়োটা দল অপৰাজিত হৈ ৰʼল
সমার্থক : অপ্রতিহত, অবিজিত
অর্থ : যাক জয় কৰিব নোৱাৰি
উদাহরণ : মৃত্যু অপৰাজেয়
সমার্থক : অজেয়, অদমনীয়, অদমিত, অদম্য, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
ইনস্টল