সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ সীমা নাই
উদাহরণ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
সমার্থক : অপৰিসীম, অবাধ, অসীম, সীমাহীন
অর্থ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
উদাহরণ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
সমার্থক : অগাধ, অতল, অপৰিসীম
অর্থ : যাৰ ওচৰলৈ পৰা নাযায়
উদাহরণ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
সমার্থক : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
অর্থ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
উদাহরণ : সৃষ্টি অপৰিমিত সম্পদৰ খনি
সমার্থক : অপৰিমিত, অমাপনীয়
ইনস্টল