সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
উদাহরণ : বেৰৰ লেপন শেষ হৈ গৈছে
সমার্থক : প্লাষ্টাৰ, লেপন
অর্থ : সুগন্ধিত পদার্থৰে নিজৰ দেহত লেপন লগোৱা কার্য
উদাহরণ : ঠাকুৰ চাহাবে ফুলতেলৰ অনুলেপন নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ নোলায়
ইনস্টল