সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কল্যাণ বা মংগল নথকা
উদাহরণ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
সমার্থক : অকল্যাণ, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
অর্থ : কোনো কার্যৰ ্হানি বা অনিষ্ট
উদাহরণ : ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই
সমার্থক : অনর্থ
অর্থ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
উদাহরণ : কাৰো অপকাৰ নকৰিবা
সমার্থক : অপকাৰ, ক্ষতি, ক্ষয়, বৰবাদ, হানি
অর্থ : হিতৰ বিৰোধীভাব
উদাহরণ : কাৰো অহিত চিন্তা কৰা উচিত নহয়
সমার্থক : অকল্যাণ, অপকাৰ, অহিত
অর্থ : যিটো শুভ নহয়
উদাহরণ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
সমার্থক : অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল, বিমঙ্গল
ইনস্টল