সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
উদাহরণ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
সমার্থক : অটল, অপৰিবর্ত্তিত, বাহাল
অর্থ : যাৰ কেতিয়াও নাশ নহয়
উদাহরণ : আত্মা অমৰ
সমার্থক : অক্ষয়, অবিনাশী, অমৰ, অৱিনশ্বৰ, চিৰঞ্জীৱী, শাশ্বত
ইনস্টল