সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমষ্টি বা সমূহৰ কোনো অংশ
উদাহরণ : ইয়াৰ মাজ ভাগ কিছু শকত
সমার্থক : ভাগ
অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
সমার্থক : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
অর্থ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
উদাহরণ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
অর্থ : যন্ত্র আদিৰ কোনো অংগ বা অংশ
উদাহরণ : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
সমার্থক : পার্ট, যন্ত্রাংশ
অর্থ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
উদাহরণ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
সমার্থক : দিশ, পক্ষ, বিভাগ
অর্থ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
উদাহরণ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
অর্থ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
উদাহরণ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
সমার্থক : দিশ, ফাল
ইনস্টল