অর্থ : পাকিস্তানত প্রচলিত মুদ্রা
উদাহরণ :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
সমার্থক : পাকিস্তানী ৰুপী, ৰুপিয়া
অর্থ : ভাৰতত প্রচলিত মুদ্রা
উদাহরণ :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
সমার্থক : টকা, ভাৰতীয় টকা, ৰুপিয়া