সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰজাৰ দৰবাৰ বা সভা
উদাহরণ : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল
সমার্থক : ৰাজ-দৰবাৰ, ৰাজ-সভা, ৰাজসভা
অর্থ : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে
উদাহরণ : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল
সমার্থক : দৰবাৰ, ৰাজ-দৰবাৰ
ইনস্টল