অর্থ : যুদ্ধক্ষেত্রত বীৰত্বৰে যুদ্ধ কৰা যুঁ্জাৰু
উদাহরণ :
ৰণক্ষেত্র ৰণবীৰৰ তেজেৰে ৰাঙলী হʼল
অর্থ : যি ঠাইত যুদ্ধ হয় বা হৈছিল
উদাহরণ :
তেওঁ শেষ মুহূর্তলৈকে যুদ্ধভূমিত সাহসেৰে যুঁজি আছিল
সমার্থক : যুদ্ধক্ষেত্র, যুদ্ধভূমি, সমৰ-ভূমি, সমৰক্ষেত্র, ৰণ-ভূমি, ৰণথলী