পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰং শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰং   বিশেষ্য

অর্থ : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়

উদাহরণ : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে

সমার্থক : বৰণ, ৰঙ

অর্থ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

উদাহরণ :

সমার্থক : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ

অর্থ : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ

উদাহরণ : চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে

সমার্থক : পেইণ্ট

অর্থ : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত

উদাহরণ : তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে

সমার্থক : ট্রাম্প

অর্থ : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ

উদাহরণ : তেওঁ ্বগা বৰণৰ

সমার্থক : বৰণ

ৰং   বিশেষণ

অর্থ : বর্ণ ্বা ৰং সম্বন্ধীয়

উদাহরণ : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল

সমার্থক : বৰণ