পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰং কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰং কৰা   বিশেষ্য

অর্থ : ৰং দিয়াৰ কাম বা ভাব

উদাহরণ : তেওঁ কাপোৰৰ ৰং কৰাৰ কাৰণে ৰঙৰ দোকানলৈ গৈছে

ৰং কৰা   ক্ৰিয়া

অর্থ : ৰং লগোৱা

উদাহরণ : মজদুৰে দেৱালত ৰং কৰি আছে

অর্থ : চিত্র আদিত ৰং দিয়া কার্য

উদাহরণ : আমটোৰ সেউজীয়া ৰং কৰা

ৰং কৰা   বিশেষণ

অর্থ : * ৰঙেৰে ৰঙীন কৰা

উদাহরণ : ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া

সমার্থক : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন