সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ
উদাহরণ : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়
সমার্থক : অক্ষৰ, আখৰ, বর্ণ
অর্থ : আন কাৰোবাক দিয়া ধন হজম কৰি পেলোৱা কার্য
উদাহরণ : মালহোত্রাই দহলাখ টকা হৰফ কৰাৰ আৰোপ আছে
সমার্থক : হৰলুকি
ইনস্টল