সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
উদাহরণ : পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
সমার্থক : সহস্র
অর্থ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
উদাহরণ : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
সমার্থক : হেজাৰ
অর্থ : দহ শ
উদাহরণ : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে
সমার্থক : এহাজাৰ, এহেজাৰ, সহস্র, হেজাৰ
ইনস্টল