অর্থ : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
উদাহরণ :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
সমার্থক : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বাধীনতা
অর্থ : কোনো নাগৰিকে নিজ দেশৰ সকলো শাসন আৰু ব্যৱস্থা নিজস্বভাৱে তথা অন্য কোনো বিদেশী শক্তিৰ ্হেঁ্চা অবিহনে চলোৱা শাসন-প্রণালী
উদাহরণ :
আমাৰ দেশত স্বৰাজ ব্যৱস্থা আছে
সমার্থক : স্বৰাজ্য