অর্থ : সম্পূর্ণ ্স্পষ্টভাৱে, কোনো সংকোচ নকৰাকৈ
উদাহরণ :
সীতাই গীতাৰ মুক্তকণ্ঠৰ প্রশংসা কৰে শ্যাম এজন স্পষ্টবাদী ব্যক্তি
সমার্থক : মুক্তকণ্ঠ, স্পষ্টভাষী
অর্থ : মনত একো কথা লুকুৱাই নাৰাখি খোলা-খুলিভাৱে কওঁ্তাজন
উদাহরণ :
তেওঁ এজন ্স্পষ্টবাদী মানুহ