সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
উদাহরণ : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
সমার্থক : বিদ্যালয়
অর্থ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত
উদাহরণ : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল
সমার্থক : পঢ়াশালী, বিদ্যালয়
অর্থ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
উদাহরণ : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
অর্থ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়
উদাহরণ : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়
সমার্থক : পাঠশালা, বিদ্যালয়
অর্থ : যি ঠাইত বিদ্যা প্রদান কৰা হয়
উদাহরণ : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে
সমার্থক : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়
ইনস্টল