সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভিতৰলৈ সোমাই যোৱা কাৰ্য
উদাহরণ : মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
সমার্থক : পোত যোৱা
অর্থ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
উদাহরণ : এই টেমাটোত সাত কিলো আটা সোমায়
সমার্থক : ভৰোৱা
অর্থ : ভিতৰলৈ যোৱা
উদাহরণ : তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
সমার্থক : প্রৱেশ কৰা
ইনস্টল