অর্থ : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়
উদাহরণ :
তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে
সমার্থক :
অৰিষ্ট, আসৱ, দাৰু, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সোমৰস