সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : স্ত্রীৰ সৈতে পুৰুষে কৰা সহবাস
উদাহরণ : অনুচিত সম্ভোগত ভালেমান ৰোগ সংক্রমিত হʼব পাৰে ব্রহ্মচাৰীলোক মৈথুনৰ পৰা বিৰত থাকে
সমার্থক : মৈথুন
অর্থ : সুবিধা ভোগ কৰা কার্য
উদাহরণ : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
সমার্থক : উপভোগ, ভোগ-বিলাস, সুখ-ভোগ
ইনস্টল