পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সম্পর্ক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সম্পর্ক   বিশেষ্য

অর্থ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

উদাহরণ : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

সমার্থক : সম্বন্ধ

অর্থ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

উদাহরণ : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

সমার্থক : সম্বন্ধ

অর্থ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

উদাহরণ : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

সমার্থক : সম্বন্ধ

অর্থ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

উদাহরণ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

সমার্থক : মতলব, সম্বন্ধ

অর্থ : কথা-বতৰাৰ আদান প্রদান

উদাহরণ : মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ

সমার্থক : ্যোগাযোগ