সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়
উদাহরণ : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়
সমার্থক : যথার্থ্্তা
অর্থ : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত
উদাহরণ : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে
সমার্থক : ঋত, ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্যতা
অর্থ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
উদাহরণ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
সমার্থক : ঠিক, যথার্থ, সঁ্চা
অর্থ : যিটো বাস্তৱত আছে বা হৈছে
উদাহরণ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
সমার্থক : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, ্ পার্থিৱ
ইনস্টল