সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্ত্রীয়ে নিজৰ স্বামীৰ প্রতি অনন্য অনুৰাগ ৰাখে আৰু যথাবিধি ্তেওঁৰ সম্পূর্ণ ্সেৱা কৰে
উদাহরণ : এই কিতাপখনত ভাৰতীয় পতিব্রতাসকলৰ কাহিনী দিয়া আছে
সমার্থক : একচাৰিণী, পতিব্রতা
অর্থ : (স্ত্রী) যি লিজৰ পতিৰ প্রতি অনন্য অনুৰাগ ৰাখে আৰু যথাবিধি ্তেওঁৰ পূজা সেৱা কৰে
উদাহরণ : সুলোচনা এগৰাকী পতিব্রতা নাৰী আছিল
সমার্থক : পতিব্রতা
ইনস্টল