অর্থ : সঞ্চিত বা একত্রিত কৰা
উদাহরণ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
সমার্থক : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
অর্থ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
উদাহরণ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
সমার্থক : আদায় কৰা