অর্থ : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
উদাহরণ :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
সমার্থক : সংকলন
অর্থ : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
উদাহরণ :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
অর্থ : একত্র কৰা বা হোৱা কার্য
উদাহরণ :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
সমার্থক : একগোট